01/11/2026
💫গুৱাহাটীত "তৃতীয় জু-জিৎসু চেম্পিয়নশ্বিপ-২০২৬"
💫অসম জু জিৎসু সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাত সমাবেশ ঘটিছে ৩৩০ গৰাকী খেলুৱৈৰ
💫মালিগাঁৱৰ এন এফ ৰেলৱে ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখন উদ্বোধন কৰে বৰছলা সমষ্টিৰ বিধায়ক তথা অসম জু জিৎসু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মাই
💫এই প্ৰতিযোগিতাৰ পৰাই "ছাব-জুনিয়ৰ নেচনেল", "ছিনিয়ৰ নেচনেল', "অল ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ"কে ধৰি কেইবাখনো ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে কৰা হ'ব খেলুৱৈ বাছনি
💫প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে অসম জু-জিৎসু সন্থাৰ সাধাৰণ সম্পাদক সঞ্জয় কুমাৰ চাও-এ
Ju-Jitsu Association of Assam
Ritu Baran Sarmah
Sanjay Shaw