পূৱ পানীয়া গাওঁ নৱযূব সংঘ

  • Home
  • India
  • Amtika
  • পূৱ পানীয়া গাওঁ নৱযূব সংঘ

পূৱ পানীয়া গাওঁ নৱযূব সংঘ ক্লাব খেল-ধেমালি আৰু ৰাইজৰ হকে কাম কৰা

23/04/2020
আজি আমি পূৱ পানীয়া গাওঁ নৱযূব সংঘ ৰ উদ্যোগত ১০ই মহৰম উপলক্ষে ছাত্ৰ-ছাত্ৰী ৰ মাজত প্ৰতিযোগীতামূলক প্ৰদৰ্শনীয় সভাৰ লগতে এখ...
10/09/2019

আজি আমি পূৱ পানীয়া গাওঁ নৱযূব সংঘ ৰ উদ্যোগত ১০ই মহৰম উপলক্ষে ছাত্ৰ-ছাত্ৰী ৰ মাজত প্ৰতিযোগীতামূলক প্ৰদৰ্শনীয় সভাৰ লগতে এখন বটা বিতৰণী সভাৰ আয়োজন কৰা হয়|
তাৰে কিছু আলোকচিত্ৰ

সকলোৰে সহায়-সহযোগীতা কামনা কৰিলো |
06/09/2019

সকলোৰে সহায়-সহযোগীতা কামনা কৰিলো |

শুভেচ্ছা সমূহ ৰাইজ,বন্ধুবৰ্গ,সংগ্ৰামী তথা শুভাকাংক্ষী সকলৈ পৱিত্ৰ ঈদ-উল-আজ্বহ ৰ ''পূৱ পানীয়া গাওঁ নৱযূব সংঘ''ৰ পৰিয়াল তৰ...
11/08/2019

শুভেচ্ছা
সমূহ ৰাইজ,বন্ধুবৰ্গ,সংগ্ৰামী তথা শুভাকাংক্ষী সকলৈ পৱিত্ৰ ঈদ-উল-আজ্বহ ৰ ''পূৱ পানীয়া গাওঁ নৱযূব সংঘ''ৰ পৰিয়াল তৰফৰ পৰা হিয়াভৰা শুভেচ্ছা যাচিলোঁ|পৱিত্ৰ ঈদে সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সম্প্ৰীতিৰ বান্ধোন অধিক কটকটীয়া কৰি সকলোৰে মাজত সুখ-শান্তি আৰু মিলা-প্ৰীতি কঢ়িয়াই আনক তাৰে কামনাৰে|
ধন্যবাদেৰে
সভাপতি/সম্পাদক
পূৱ পানীয়া গাওঁ নৱযূব সংঘ

Swachh Bharat Summer internship Programme organised By Pub Pania Gaon Nabayoung Club Start 10th July to 31st July 2019.I...
26/07/2019

Swachh Bharat Summer internship Programme organised By Pub Pania Gaon Nabayoung Club Start 10th July to 31st July 2019.
In Collaboration with Nehru yuva Kendra Sangathan
July

Swachh Bharat Summer internship Programme organised By Pub Pania Gaon Naboyoung .        Start 10th July to 31st July 20...
13/07/2019

Swachh Bharat Summer internship Programme organised By Pub Pania Gaon Naboyoung .
Start 10th July to 31st July 2019.
In Collaboration with Nehru yuva Kendra Sangathan.

পূৱ পানীয়া গাওঁ নৱযূব সংঘ ৰ পৰিয়াল তৰফৰ পৰা সমূহ হজ্বযাত্ৰীলৈ আন্তৰিক শুভেচ্ছা ওঁ অভিনন্দন জ্ঞাপন কৰিলো|
04/07/2019

পূৱ পানীয়া গাওঁ নৱযূব সংঘ ৰ পৰিয়াল তৰফৰ পৰা সমূহ হজ্বযাত্ৰীলৈ আন্তৰিক শুভেচ্ছা ওঁ অভিনন্দন জ্ঞাপন কৰিলো|

01/06/2019

Address

Club
Amtika

Alerts

Be the first to know and let us send you an email when পূৱ পানীয়া গাওঁ নৱযূব সংঘ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category