Borhat Kendriyo Rongali Bihu Sonmilon

Borhat Kendriyo Rongali Bihu Sonmilon ৬৫ সংখ্যক বৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন

দিনাংক🗓️ : ৮, ৯ আৰু ১০ মে' ২০২৬
বিহুতলী📍:"জুবিন ক্ষেত্ৰ" বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ

বৰহাটৰ সমাজ জীৱনৰ এক সত্বা , মিছাজান বৰনামঘৰৰ বৰমেধি শ্ৰীযুত গদৰাম গগৈদেৱে আজি বিয়লি ইহলীলা সম্বৰণ কৰিলে। বৰহাট কেন্দ্ৰ...
06/05/2025

বৰহাটৰ সমাজ জীৱনৰ এক সত্বা , মিছাজান বৰনামঘৰৰ বৰমেধি শ্ৰীযুত গদৰাম গগৈদেৱে আজি বিয়লি ইহলীলা সম্বৰণ কৰিলে। বৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতৰ বিদেহী আত্মাৰ সদগতিৰ কাৰণে প্ৰাৰ্থনা জনালোঁ ।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি পালন কৰি ৬৪তম বৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ পতাকা উত্তোলন, স্মৃতি ...
01/05/2025

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি পালন কৰি ৬৪তম বৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপন কাৰ্যসূচীৰ কিয়দাংশ।

অহা ইং ৩ এপ্ৰিল তাৰিখে ৬৪ সংখ্যক বৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ পৱিত্ৰ লাইখুঁটা স্থাপন অনুষ্ঠানলৈ সকলোকে সাদৰেৰে আ...
31/03/2025

অহা ইং ৩ এপ্ৰিল তাৰিখে ৬৪ সংখ্যক বৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ পৱিত্ৰ লাইখুঁটা স্থাপন অনুষ্ঠানলৈ সকলোকে সাদৰেৰে আমন্ত্ৰণ জনালোঁ । সেই উপলক্ষে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ।

বৰ্তমান বহু চৰ্চিত জাপানী এনিমেছন কলা ঘিবলিৰ জৰিয়তে আমাৰ আগন্তুক ৬৪ সংখ্যক বৰহাট কেন্দ্ৰীয় ৰঙালী বিহুৰ এক সভাৰ মধুৰ মূ...
31/03/2025

বৰ্তমান বহু চৰ্চিত জাপানী এনিমেছন কলা ঘিবলিৰ জৰিয়তে আমাৰ আগন্তুক ৬৪ সংখ্যক বৰহাট কেন্দ্ৰীয় ৰঙালী বিহুৰ এক সভাৰ মধুৰ মূহুৰ্তত।

৬৪ সংখ্যক বৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি অহা ১৮,১৯ আৰু ২০ ব'হাগ (২,৩ আৰু ৪ মে') তাৰিখে অনুষ্ঠিত হ'ব । সেই উপলক্ষ...
18/03/2025

৬৪ সংখ্যক বৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি অহা ১৮,১৯ আৰু ২০ ব'হাগ (২,৩ আৰু ৪ মে') তাৰিখে অনুষ্ঠিত হ'ব । সেই উপলক্ষে হুঁচৰি বিহু প্ৰতিযোগিতা, গাভৰু জেং বিহু প্ৰতিযোগিতা, চেমনীয়া হুঁচৰি বিহু প্ৰতিযোগিতা, চেমনীয়া জেং বিহু প্ৰতিযোগিতা আৰু মৌ-কুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। সেই গতিকে উচ্ছুক প্ৰতিযোগী সকলক তলত উল্লেখিত লিংকত গৈ আগতীয়া নামভৰ্তিৰ প্ৰ-পত্ৰ পুৰণ কৰিবলৈ আহ্বান জনোৱা হ'ল।

The 64th Borhat Kendriyo Rongali Bihu Sonmilon will take place on May 2nd, 3rd, and 4th. The event will feature a variety of Bihu competitions, including Husori Bihu, Gabhoru Jeng Bihu, Chemonia Husori Bihu, Chemonia Jeng Bihu, and Mou-Kuwari competitions. Interested participants are encouraged to complete their early registration by visiting the link provided below.

👉https://forms.gle/gRL7hU81AYTsqJFz7

সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ 🙏
03/03/2025

সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ 🙏

Address

Borhat
Sonari
785693

Website

Alerts

Be the first to know and let us send you an email when Borhat Kendriyo Rongali Bihu Sonmilon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category