Office of the District Sports Officer,Charaideo

Office of the District Sports Officer,Charaideo Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Office of the District Sports Officer,Charaideo, Sports Event, Sonari, Charaideo, Sonari.

11th International Yoga dayat Charaideo
21/06/2025

11th International Yoga day
at Charaideo

20/06/2025

Inviting schools to participate in the District level school Football Tournaments and Hockey Tournament (U-15 Boys,U-17 Boys & Girls),2025-26 under Charaideo district on 22/06/2025 at Jutuloni Playground and on 24/06/2025 at Khumtai TE playground respectively.

For more details please contact
Ankur Das, Football Coach,
9864006402

চৰাইদেউ জিলা ভিত্তিত যোগাসন প্ৰতিযোগিতা, হৰি সভা প্ৰাংগন,সোণাৰি,চৰাইদেউ
11/06/2025

চৰাইদেউ জিলা ভিত্তিত যোগাসন প্ৰতিযোগিতা, হৰি সভা প্ৰাংগন,সোণাৰি,চৰাইদেউ

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ উদ্যোগত তথা চৰাইদেউ জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজি ...
02/06/2025

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ উদ্যোগত তথা চৰাইদেউ জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজি সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত দুটা যুৱসংঘলৈ "সমষ্টি পৰ্যায়ৰ যুৱ সংঘলৈ বিত্তীয় অনুদান প্ৰদান আঁচনি"ৰ অধীনত ৫ লাখ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰা হয়।

অসম চৰকাৰৰ পৰিবহন, পাৰ্বত্য অঞ্চল উন্নয়ন, সমবায়, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস বিভাগৰ মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰাক্তন বিধায়িকা তথা অসম ৰাজ্যিক অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ পৰিষদৰ অধ্যক্ষ নৱনিতা সন্দিকৈ আৰু চৰাইদেউ জিলাৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ উপস্থিতিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এই অনুদান প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত ধন যুৱসংঘ দুটিৰ আন্তঃগাঁথনি উন্নীতকৰণ আৰু মেৰামতি কাৰ্যত ব্যৱহাৰ কৰিবলৈ প্ৰদান কৰা হয়।

উক্ত অনুদান সোণাৰি বিধানসভা সমষ্টিৰ বাবে ৰহণ সাংস্কৃতিক সংঘক আৰু মাহমৰা বিধানসভা সমষ্টিৰ বাবে মৰাণহাট স্পৰ্টছ এচোছিয়েচনক প্ৰদান কৰা হয়। আনহাতে দুয়োটা যুৱ সংঘক ১০ লাখকৈ টকাৰ ক্ৰীড়াৰ সামগ্ৰী প্ৰদান কৰা হয়।

আজিৰ বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত শ্ৰৱণা সোণোৱাল, সহকাৰী আয়ুক্ত উৰ্বশী চেতিয়া, সোণাৰি, মাহমৰা আৰু সাপেখাতিৰ ৰাজহ চক্ৰ বিষয়াত্ৰয় চৈতালী ৰাণী দত্ত, বৰষা দুৱৰা আৰু লম্বিত হাজৰিকা, সহকাৰী আয়ুক্তদ্বয় ৰিনী হাজৰিকা আৰু বৰ্ষা শইকীয়া ,সোণাৰি আৰু মৰাণ পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ আৰু অৰূপ দত্ত, জিলা ক্ৰীড়া বিষয়া ধৰিত্ৰী গগৈ, বিশিষ্ট সমাজকৰ্মী মণ্টূ কোঁৱৰ, লক্ষীনাথ তাছা, প্ৰমুখ্যে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

Again Khel Maharan 2.0Details of Khel Maharan🏆🏆🏆
28/09/2024

Again Khel Maharan 2.0
Details of Khel Maharan🏆🏆🏆

Purbanchal Gaon Panchayat clinched Under 19 Boys Kho Kho Champions title of Khel Maharan 2023.
13/12/2023

Purbanchal Gaon Panchayat clinched Under 19 Boys Kho Kho Champions title of Khel Maharan 2023.

How to complete Registration of Player's for Khel Maharan 2023-24.
08/09/2023

How to complete Registration of Player's for Khel Maharan 2023-24.

link for Khel Maharan 2023-24http://dsywassam.com/khelPlease Like, Share, Subscribe my ChannelDG Cosmos🏆🏆🏆🏆🏐🏐🏐🏐🏐🏆🏆🏆🏆⚽⚽⚽⚽🏆🏆🏆🏆🏃🏃🏃🏃🏃🏃

চৰাইদেউ জিলা প্ৰশাসনে ৭৭ সংখ্যক স্বাধীনতা দিৱস ত অনন্যা শইকীয়া, লৱ বল পদক বিজয়ী আৰু শ্ৰী মতী জুৰী দেৱী, অধ্যক্ষা বাম প...
16/08/2023

চৰাইদেউ জিলা প্ৰশাসনে ৭৭ সংখ্যক স্বাধীনতা দিৱস ত অনন্যা শইকীয়া, লৱ বল পদক বিজয়ী আৰু শ্ৰী মতী জুৰী দেৱী, অধ্যক্ষা বাম পথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, দুয়ো গৰাকীক সম্বৰ্ধনা জনাইছে।

Address

Sonari, Charaideo
Sonari

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Office of the District Sports Officer,Charaideo posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category