Sonapur Kendriya Rongali Bihu Sanmilani

Sonapur Kendriya Rongali Bihu Sanmilani Bihu Sanmilani

16/04/2024
15/04/2024

সোণাপুৰ কেন্দ্ৰীয় বিহু সমিতিৰ দুজন উল্লেখযোগ্য ব্যক্তি হল প্ৰদীপ দা আৰু হেমন্ত দা ,,,,,, আমাৰ ৮০/৯০ দশকৰ যুৱক চামক সোণাপুৰ বিহুৰ প্ৰতি আকৰ্ষিত কৰাত বিশেষ অৰিহণা আছে এখেত দুজনৰ ।। আশা কৰোঁ আমাৰ দৰে বৰ্তমানৰ যুৱক সকলেও আগুৱাই আহিবৰ হল ,,,,, সোণাপুৰ কেন্দ্ৰীয় বিহুৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।।

13/04/2024

অগ্ৰগতি চলি আছে

13/04/2024

সোণাপুৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগ আন্তৰিকতাৰে কামনা কৰিলোঁ।

09/04/2024
উদযাপন সমিতিৰ সদস্য তথা সদস্যা সকলৰ বৰঙণি সংগ্ৰহ অভিযান ৰ কিছু মূহুৰ্ত।
09/04/2024

উদযাপন সমিতিৰ সদস্য তথা সদস্যা সকলৰ বৰঙণি সংগ্ৰহ অভিযান ৰ কিছু মূহুৰ্ত।

Address

Sonapur Bazar Road, Gumoria Pathar
Sonapur
782402

Website

Alerts

Be the first to know and let us send you an email when Sonapur Kendriya Rongali Bihu Sanmilani posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category