498 no halowa gaon lps

498 no halowa gaon lps Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from 498 no halowa gaon lps, Event, চকীমুখ, নাজিৰা, Sibsagar.

ঢকুৱাখানা শিক্ষাখণ্ডৰ পৰা পোৱা বেগ ছাত্ৰ-ছাত্ৰীক দিওঁতে..
06/09/2026

ঢকুৱাখানা শিক্ষাখণ্ডৰ পৰা পোৱা বেগ ছাত্ৰ-ছাত্ৰীক দিওঁতে..

06/09/2026
বিদ্যালয় পৰিচালনা সমিতি গঠনৰ সভা ৩১/০৮/২৬
06/09/2026

বিদ্যালয় পৰিচালনা সমিতি গঠনৰ সভা ৩১/০৮/২৬

শিক্ষক দিৱস ২০২৬
06/09/2026

শিক্ষক দিৱস ২০২৬

Flood 19 July 26
23/08/2026

Flood 19 July 26

বিদ্যালয়ৰ বাৰাণ্ডা নতুনকৈ পকীকৰণ কৰা হৈছে
20/08/2026

বিদ্যালয়ৰ বাৰাণ্ডা নতুনকৈ পকীকৰণ কৰা হৈছে

মহাপ্ৰলয়ৰ পাছত পুনৰ সমসাজ বিতৰণ..
20/08/2026

মহাপ্ৰলয়ৰ পাছত পুনৰ সমসাজ বিতৰণ..

আজি আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উন্নতিৰ বাবে নাজিৰাৰ প্ৰাক্তন বিধায়ক তথা বিৰোধী দলপতি শ্ৰীযুত দেবব্ৰত শইকীয়া...
20/08/2026

আজি আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উন্নতিৰ বাবে নাজিৰাৰ প্ৰাক্তন বিধায়ক তথা বিৰোধী দলপতি শ্ৰীযুত দেবব্ৰত শইকীয়াদেৱে স্কুলবেগ , বহী, কলম, খোৱাবস্তু আদি আগবঢ়ায়...
Debabrata Saikia . বিদ্যালয়ৰ কণ কণ শিশুসকলক মহা প্ৰলয়ৰ পাছত সকাহ দিয়াৰ বাবে আপোনালোকক ধন্যবাদ ।

বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰগতি গগৈ আৰু সহকাৰী শিক্ষয়িত্ৰী চেনীমাই দুৱৰীয়ে বিদ্যালয়ৰ পুথিভঁৰাললৈ দুখনকৈ কিতাপ আগবঢ়ায়
20/06/2026

বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰগতি গগৈ আৰু সহকাৰী শিক্ষয়িত্ৰী চেনীমাই দুৱৰীয়ে বিদ্যালয়ৰ পুথিভঁৰাললৈ দুখনকৈ কিতাপ আগবঢ়ায়

ইং ০৫/০৬/২৬ আমাৰ বিদ্যালয়লৈ অংগনবাড়ী কেন্দ্ৰৰ শৈক্ষিক ভ্ৰমণ অনুষ্ঠানৰ দৃশ্যাংশ
20/06/2026

ইং ০৫/০৬/২৬ আমাৰ বিদ্যালয়লৈ অংগনবাড়ী কেন্দ্ৰৰ শৈক্ষিক ভ্ৰমণ অনুষ্ঠানৰ দৃশ্যাংশ

Address

চকীমুখ, নাজিৰা
Sibsagar
785685

Website

Alerts

Be the first to know and let us send you an email when 498 no halowa gaon lps posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category