11/05/2025
স্নাতক চূড়ান্ত পৰীক্ষাত অৱতীর্ণ হবলগীয়া ছাত্ৰসকলক চৈয়দ আব্দুল মালিক ছাত্ৰাবাসৰ প্ৰাক্তন আৱাসী সকলে মৰম আৰু শুভেচ্ছা জনোৱা কিছু মুহুর্ত।
ধন্যবাদ আপোনালোকৰ ইমানখিনি মৰম আৰু শুভেচ্ছাৰ বাবে🤍চৈয়দ আব্দুল মালিক ছাত্ৰাবাস ছাত্ৰাবাসJagannath Barooah University প্ৰাক্তন আবাসী সন্মিলন,জবমছা