Khumtai Sub-Sports Association under the GDSA

Khumtai Sub-Sports Association under the GDSA Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Khumtai Sub-Sports Association under the GDSA, Sports Event, Kachupather, Golaghat.

গোলাঘাট জিলাৰ নৰাগাঁওত অনুষ্ঠিত আন্ত: জিলা "Khumtai Sports Fastival-25"  ত ফুটবল প্ৰতিযোগিতাত কচুপথাৰ নৱজ্যোতি ক্ৰীড়া স...
26/10/2025

গোলাঘাট জিলাৰ নৰাগাঁওত অনুষ্ঠিত আন্ত: জিলা "Khumtai Sports Fastival-25" ত ফুটবল প্ৰতিযোগিতাত কচুপথাৰ নৱজ্যোতি ক্ৰীড়া সন্থাৰ কোচিং টিমে দৰিয়া একাদশক চুৰান্ত খেলখনত‌ হৰুৱাই বিজয় সাব্যস্ত কৰে। সকলোলৈ খেলুৱৈ আৰু Team management লৈ খুমটাই উপ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো।🎁🍃

কচুপথাৰ নৱজোতি ক্ৰীড়া সন্থাৰ খেল পথাৰত আয়োজন  হৈ থকা আজি  বি ডিভিজন লীগৰ  চুৰান্ত খেলত অংশগ্ৰহণ কৰে বেটিয়নি চাহ বাগিচা...
19/07/2024

কচুপথাৰ নৱজোতি ক্ৰীড়া সন্থাৰ খেল পথাৰত আয়োজন হৈ থকা আজি বি ডিভিজন লীগৰ চুৰান্ত খেলত অংশগ্ৰহণ কৰে বেটিয়নি চাহ বাগিচা বনাম শালমাৰা চাহ বাগানে।
উক্ত খেলতখনত স্থানীয় বিধায়ক শ্ৰীযুত মৃণাল শইকীয়াদেৱকে প্ৰমুখ্য কৰি জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি, সম্পাদক তথা জিলা ৰেফাৰী সন্থাৰ সভাপতিৰ লগতে প্ৰাক্তন খেলুৱৈ সকলে উপস্থিত থাকি, দুইটি দলকে শুভেচ্ছা প্ৰদান কৰে । আৰু এই চুৰান্ত খেল খনৰ নিৰ্ধাৰিত সময়ত শালমাৰা চাহ বাগানে বিজয় সাব্যস্ত কৰে।

বি ডিভিজন লীগৰ মাজত সমান্তৰাল ভাৱে কচুপথাৰ নৱজ্যোতি ক্ৰীড়া‌ সংস্থা ও যুৱক কল্যাণ কেন্দ্ৰৰ সদস্যসকলৰ দ্বাৰা প্লাষ্টিক নি...
25/06/2024

বি ডিভিজন লীগৰ মাজত সমান্তৰাল ভাৱে কচুপথাৰ নৱজ্যোতি ক্ৰীড়া‌ সংস্থা ও যুৱক কল্যাণ কেন্দ্ৰৰ সদস্যসকলৰ দ্বাৰা প্লাষ্টিক নিৰ্মূল কৰাৰ এক অতুলনীয় প্ৰচেষ্টা।

বি ডিভিজন লীগৰ  শুভ আৰম্ভণি..........
23/06/2024

বি ডিভিজন লীগৰ শুভ আৰম্ভণি..........

আজি খুমটাই উপ ক্ৰীড়া সন্থাই বি ডিভিজন লীগৰ বাবে দুটা গ্ৰুপত বিভক্ত কৰি আনুষ্ঠানিক ভাৱে খেলৰ নিৰ্ধাৰিত সময়সীমা- তাৰিখ আ...
21/06/2024

আজি খুমটাই উপ ক্ৰীড়া সন্থাই বি ডিভিজন লীগৰ বাবে দুটা গ্ৰুপত বিভক্ত কৰি আনুষ্ঠানিক ভাৱে খেলৰ নিৰ্ধাৰিত সময়সীমা- তাৰিখ আৰু খেলপথাৰৰ তালিকা ঘোষণা কৰে। (বি:দ্ৰু: প্ৰতিকূল বতৰৰ ওপৰত লক্ষ্য ৰাখি দুৰ্ভাগ্যবশত খেলপথাৰসমূহ খেলুৱৈসকলৰ বাবে অনুপযোগী হ'লে খেলপথাৰ সাল-সলনি কৰা হ'ব)

আজি খুমটাই উপ-ক্ৰীড়া সন্থা উদ্যোগত দ্বিতীয় কাৰ্যনিৰ্বাহ সভাত খুমটাই উপ ক্ৰীড়া সন্থাৰ অন্তৰ্গত, আন্ত ক্লাৱ বি ডিভিজন⚽ ...
21/06/2024

আজি খুমটাই উপ-ক্ৰীড়া সন্থা উদ্যোগত দ্বিতীয় কাৰ্যনিৰ্বাহ সভাত খুমটাই উপ ক্ৰীড়া সন্থাৰ অন্তৰ্গত, আন্ত ক্লাৱ বি ডিভিজন⚽ লীগৰ সময় সীমা, কাৰ্যসূচীৰ লগতে প্ৰতিকুল বতৰৰ ওপৰত লক্ষ্য ৰাখি খেলুৱৈসকলৰ সুবিধাৰ বাবে অতিৰিক্ত দুখন খেলপথাৰ লোৱাৰ সিদ্ধান্ত কৰে।

গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ অন্তʼগত, খুমটাই উপ ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত ২০২৪ বৰ্ষৰ "বি ডিভিজন" লীগৰ সময়-সীমা ধাৰ্য...
15/06/2024

গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ অন্তʼগত, খুমটাই উপ ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত ২০২৪ বৰ্ষৰ "বি ডিভিজন" লীগৰ সময়-সীমা ধাৰ্য্য কৰা হৈছে । সেইহে, খুমটাই উপ ক্ৰীড়া সন্থাৰ অন্তৰ্গত ইছুক ফুটবল দলক অতি শীঘ্ৰে নিম্নলিখিত ফোন নম্বৰত যোগাযোগ কৰিবলৈ জনোৱা হ'ল।
ধন্যবাদ।

আজি কচুপথাৰ ৰংগমঞ্চত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত খুমটাই উপ ক্ৰীড়া সন্থাৰ প্রথম সমিতি গঠন কৰা হয় । এই সভাত সৰ্ব...
12/06/2024

আজি কচুপথাৰ ৰংগমঞ্চত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত খুমটাই উপ ক্ৰীড়া সন্থাৰ প্রথম সমিতি গঠন কৰা হয় । এই সভাত সৰ্বসন্মতিক্ৰমে মুনিন্দ্ৰ মোহন গগৈ দেৱক সভাপতি, কৃষ্ণ বৰুৱা দেৱক কাৰ্যকৰী সভাপতি ,অসীম গগৈ দেৱক সাধাৰণ সম্পাদক হিচাপে লৈ গ্ৰাম্য ক্ৰীড়া ক্ষেত্ৰখনক আগবঢ়াই নিবৰ বাবে এখনি শক্তিশালী সমিতি গঠন কৰে । লগতে আগন্তুক খুমটাই উপ-ক্ৰীড়াৰ লগত জড়িত বিভিন্ন দিশসমূহক পয্যালোচনা কৰা হ'ল। এই নৱগঠিত সমিতি খনক এক সুস্থিৰ বাতাবৰণ আৰু এটা খেলুৱৈ সুলভ পৰিবেশ দিয়াৰ বাবে কচুপথাৰ নৱজ্যোতি ক্ৰীড়া সন্থাৰ সমূহ সমিতিৰ সদস্যসকলক ধন্যবাদ জনালোঁ ।।
.....

Address

Kachupather
Golaghat
785619

Website

Alerts

Be the first to know and let us send you an email when Khumtai Sub-Sports Association under the GDSA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category