12/06/2023
ভাৰতীয় জনতা পাৰ্টি গোৱালপাৰা জিলাৰ সম্পাদিকা তথা বিশিষ্ট সমাজ কৰ্মী প্ৰয়াত জোনালী নাথ বাইদেউক যোৱা কালি ৰাতি গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ শালপাৰাত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কোনো অচিনাক্ত দূর্বিত্ত্বয় নিৰ্মমভাৱে হত্যা কৰি মৃত অৱস্থাত পেলায় থৈ যায়।
তেওঁৰ আত্মাৰ চিৰ শান্তি কামনা কৰি আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে(ABVP) গোৱালপাৰা জিলাৰ তৰফৰ পৰা শেষ শ্ৰদ্ধা্জলি জনোৱা হয়।
ABVP Goalpara