12/10/2018
তুলনদাৰ সংগীত জীৱনৰ প্ৰথমতো এলবাম আছিল "_পদুমনি_" তাৰ পিছৰ বছৰত পদুমনি গীত তোৰ ভিডিঅ সম্পূৰ্ণ কৰি উলিয়াই যদিও কাৰন বশত যিমান ভাল হব লাগিছিল নহ'ল তথাপিওঁ আপোনাসবৰ আগত দাঙি ধৰিলো এবাৰ চাব ধন্যৱাদ।
Song - Padumoni Bilote Singer - Tulan Changmai & Barbi Chetia Lyrics/Tune - Deben Gogoi Music - Sumon *ing - Mintu Kolita & Sefali Gogoi