সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক ভাওনা প্ৰতিযোগিতা ২০২৫, ডুম

  • Home
  • India
  • Doom-Dooma
  • সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক ভাওনা প্ৰতিযোগিতা ২০২৫, ডুম

সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক ভাওনা প্ৰতিযোগিতা ২০২৫, ডুম সদৌ অসম ভিত্তিত প্ৰথম বাৰ্ষিক ভাওনা প্ৰতিযোগিতা, ডুমডুমা

08/03/2026
07/03/2026

Protim Neog
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা

03/03/2026

Protim Neog
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা
Doomdooma Regional Students Union-AASU

সকলো ৰাইজৰে সহায় সহযোগিতা, দিহা পৰামৰ্শ আৰু উপস্থিতি একান্তৰে কামনা কৰিলোঁ।Protim Neog Konseng Gogoi Biraj Gohain Samuj...
03/10/2025

সকলো ৰাইজৰে সহায় সহযোগিতা, দিহা পৰামৰ্শ আৰু উপস্থিতি একান্তৰে কামনা কৰিলোঁ।
Protim Neog
Konseng Gogoi
Biraj Gohain
Samujjal Borah Sonowal
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা
Doomdooma Regional Students Union-AASU

26/09/2025

দ্বিতীয় দিনা দিহানাম আখৰা।
Protim Neog
Konseng Gogoi
Uttam Bablu Baruah
Papu Moran
Biraj Gohain
Samujjal Borah Sonowal
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা
Doomdooma Regional Students Union-AASU

সকলোৰে সহায়-সহযোগিতা, দিহা পৰামৰ্শ আৰু উপস্থিতি একান্তৰে কামনা কৰিলোঁ। 🙏সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাDoomdooma Regio...
12/09/2025

সকলোৰে সহায়-সহযোগিতা, দিহা পৰামৰ্শ আৰু উপস্থিতি একান্তৰে কামনা কৰিলোঁ। 🙏
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা
Doomdooma Regional Students Union-AASU

সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত তথা ডুমডুমাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱ...
09/09/2025

সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত তথা ডুমডুমাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত প্ৰথম বাৰ্ষিক ভাওনা প্ৰতিযোগিতা অহা ইংৰাজী ১১ৰপৰা ১৬ অক্টোবৰ ২০২৫ চন তাৰিখলৈকে ডুমডুমা নগৰ খেলপথাৰত অনুষ্ঠিত কৰিবলৈ লোৱাত ডুমডুমা অঞ্চলৰ ৰূপাই চাৰি ভাগ নামঘৰত উপস্থিত হৈ ভকত সকলৰ লগতে আইসকলৰ আশিবাদ গ্ৰহন কৰোঁ লগতে প্ৰতিদিনে সহায় সহযোগিতা লগতে দিহা পৰামৰ্শ একান্তৰে কামনা কৰোঁ।
Protim Neog
Konseng Gogoi


সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা
Doomdooma Regional Students Union-AASU

ডুমডুমাত অনুষ্ঠিত হ'বলগীয়া সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত তথা বৃহত্তৰ ড...
02/09/2025

ডুমডুমাত অনুষ্ঠিত হ'বলগীয়া সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত তথা বৃহত্তৰ ডুমডুমাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া প্ৰথম বাৰ্ষিক সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতাখনি যাতে সুকলমে হৈ যায় তাৰ বাবে আজি ডুমডুমা নামঘৰত এখনি শৰাই আগবঢ়োৱা হয়।
All Assam Students' Union - AASU
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা
Doomdooma Regional Students Union-AASU

আজি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বৃহত্তৰ ডুমডুমা অঞ্চলৰ যিমান সমূহ মন্দিৰ, মজ্জিদ আৰু পূজা সমিতি সমূহৰ সভাপতি...
02/09/2025

আজি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বৃহত্তৰ ডুমডুমা অঞ্চলৰ যিমান সমূহ মন্দিৰ, মজ্জিদ আৰু পূজা সমিতি সমূহৰ সভাপতি/সম্পাদক সকলৰ লগত আগন্তুক ডুমডুমাত অনুষ্ঠিত হবলগীয়া সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ খনী সফল কৰিবলৈ এখনি সভা আজি আয়োজন কৰা হৈছিল।উক্ত সভাত তেওঁলোক সকলোৰে সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ একান্তৰে কামনা কৰিলোঁ।
All Assam Student Union
Doomdooma Regional Students Union-AASU

সকলো ৰাইজৰে সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ একান্তৰে কামনা কৰিলোঁ।
19/08/2025

সকলো ৰাইজৰে সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ একান্তৰে কামনা কৰিলোঁ।

Address

Doom-Dooma
786151

Website

Alerts

Be the first to know and let us send you an email when সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক ভাওনা প্ৰতিযোগিতা ২০২৫, ডুম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category