Sonowal Kachari Youth & Cultural Festival 2023

Sonowal Kachari Youth & Cultural Festival 2023 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sonowal Kachari Youth & Cultural Festival 2023, Festival, Officers Colony Milan Nagar, Dibrugarh.

সমূহ ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ জনালোঁ ৷
15/04/2026

সমূহ ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ জনালোঁ ৷

আজি ঐতিহাসিক ভাৱে ডিব্ৰুগড় জিলা পুথিভঁৰালত বহু বছৰৰ অপেক্ষাৰ অন্তত গগন সোনোৱাল বঁটা প্ৰাপক তথা বাইথ' সংস্কৃতিৰ সাধক সন্ম...
03/11/2024

আজি ঐতিহাসিক ভাৱে ডিব্ৰুগড় জিলা পুথিভঁৰালত বহু বছৰৰ অপেক্ষাৰ অন্তত গগন সোনোৱাল বঁটা প্ৰাপক তথা বাইথ' সংস্কৃতিৰ সাধক সন্মানীয় শ্ৰীযুত প্ৰমোদ সোনোৱাল দেৱে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা আৰু গগন সোনোৱাল বঁটা প্ৰাপক শ্ৰীযুত শান্তনু দাস বৰহাজোৱাল আৰু শংকৰ সংঘৰ উপ পদাধিকাৰ তথা সোনোৱাল সংস্কৃতিৰ সাধক শ্ৰীযুত চক্ৰধৰ সোনোৱাল দেৱে সঞ্চালনা কৰা জাতীয় অভিৱৰ্তনত সোনোৱাল কছাৰী কালচাৰেল চ'চাইটিৰ গঠন কৰা হয়।

অনুষ্ঠানত আদৰণি ভাষণ ৰাখে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত টংকেশ্বৰ সোনোৱাল দেৱে আৰু উদ্দেশ্য ব্যাখ্যা কৰে সাংস্কৃতিক বিভাগৰ কাৰ্য্যবাহী সদস্য শ্ৰীযুত ৰিদিপ হাজৰীকা দেৱে আৰু অনুষ্ঠানত পৰিষদৰ কাৰ্যবাহী সদস্য, সাধাৰণ সদস্য সদস্যা সকল আৰু আটাইকেইটা জাতীয় সংগঠনৰ নেতৃ বৃন্দৰ লগতে অসমৰ বিভিন্ন কোণৰ পৰা অহা সংস্কৃতিৰ সাধক সকল আৰু সোনোৱাল কছাৰী ৰাইজ উপস্থিত থাকে।

সোনোৱাল কছাৰী জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্ধন আৰু সম্প্ৰচাৰ উদ্দেশ্যে অধ্যক্ষ হিচাবে সন্মানীয় শ্ৰীযুত ভুৱন চন্দ্ৰ বড়াদেৱ আৰু মুখ্য সচিব হিচাবে সন্মানীয় শ্ৰীযুত ভক্তিপ্ৰসাদ সোনোৱালক লৈ এই নতুন চ’চাইটিখন গঠন কৰা হয়।

28/10/2024

Address

Officers Colony Milan Nagar
Dibrugarh
786003

Alerts

Be the first to know and let us send you an email when Sonowal Kachari Youth & Cultural Festival 2023 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sonowal Kachari Youth & Cultural Festival 2023:

Share

Category