Milan Nagar Puja Samiti

Milan Nagar Puja Samiti Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Milan Nagar Puja Samiti, Event, Dibrugarh.

Milan Nagar Sarbajanin Durgutshav Samiti is being since 1966 by the devotees of the near by areas with Great faith to Maa Durga.This Puja is considered as one of the prestigious Durga Puja of DIBRUGARH CITY in Assam.

সৰস্বতী পূজা ২০২৬
31/01/2026

সৰস্বতী পূজা ২০২৬

02/10/2025
শুভ মহা নবমী
01/10/2025

শুভ মহা নবমী

মিলন নগৰ সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিৰ তৰপৰ পৰা মহান শিল্পী জুবিন গাৰ্গ লৈ ৰাজহুৱা শ্ৰধাঞ্জলি
29/09/2025

মিলন নগৰ সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিৰ তৰপৰ পৰা মহান শিল্পী জুবিন গাৰ্গ লৈ ৰাজহুৱা শ্ৰধাঞ্জলি

29/09/2025

মিলন নগৰ সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিৰ তৰপৰ পৰা মহান শিল্পী জুবিন গাৰ্গ লৈ ৰাজহুৱা শ্ৰধাঞ্জলি

শ্ৰদ্বাৰ ভক্ত প্ৰাণ ৰাইজঅতি দুখেৰে জনাওঁ যে অসমী আইৰ সু সন্তান, প্ৰতিজন অসমীয়াৰ চকুৰ মণি জুবিন গাৰ্গৰ অকাল আৰু আকস্মিক ম...
20/09/2025

শ্ৰদ্বাৰ ভক্ত প্ৰাণ ৰাইজ
অতি দুখেৰে জনাওঁ যে অসমী আইৰ সু সন্তান, প্ৰতিজন অসমীয়াৰ চকুৰ মণি জুবিন গাৰ্গৰ অকাল আৰু আকস্মিক মৃত্যুৰ পৰিপ্ৰেক্ষিতত আমাৰ দুৰ্গা পূজাৰ সাংস্কৃতিক অনুষ্ঠানৰ সমূহ কাৰ্য্যসূচী বাতিল কৰা হৈছে।

সাধাৰণ সম্পাদক
দুৰ্গোৎসৱ সমিতি
২০/০৯/২৫

অহা ২০২৫-২৬ আৰু ২০২৬-২৭ বৰ্ষৰ দুবছৰীয়া কাৰ্য কালৰ বাবে নিৰ্বাচিত হোৱা নৱ নিযুক্ত সমিতি খনলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি...
13/07/2025

অহা ২০২৫-২৬ আৰু ২০২৬-২৭ বৰ্ষৰ দুবছৰীয়া কাৰ্য কালৰ বাবে নিৰ্বাচিত হোৱা নৱ নিযুক্ত সমিতি খনলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ।
সভাপতি - শ্ৰী যামিনি কুমাৰ শৰ্মা
কাৰ্য কৰি সভাপতি - শ্ৰী পবিত্ৰ কুমাৰ গোস্বামী
উপ সভাপতি - শ্ৰী ননী মাধৱ বৰকটকী আৰু শ্ৰী ৰঞ্জিত ফুকন
সম্পাদক - শ্ৰী অজিত কুমাৰ শৰ্মা
যুটীয়া সম্পাদিকা - শ্ৰীমতী লুনা শৰ্মা কোষাধক্ষ - শ্ৰী প্ৰশান্ত পূজাৰী
হিচাব পৰীক্ষক - শ্ৰী দিলীপ কুমাৰ খাউণ্ড।

07/07/2025

Address

Dibrugarh

Alerts

Be the first to know and let us send you an email when Milan Nagar Puja Samiti posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Milan Nagar Puja Samiti:

Share

Category