Dalgaon Youth Sports Association-DYSA

Dalgaon Youth Sports Association-DYSA Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dalgaon Youth Sports Association-DYSA, Sports Event, VILL-DALGAON TOWN, Darrang.

Congratulations Mazibur Rahman
04/05/2026

Congratulations Mazibur Rahman

Eid Mubarak
21/03/2026

Eid Mubarak

দৰং জিলাৰ অন্তর্গত কৌপাটী গাৱৰ ছামচুল হকৰ কন্যা Rojina Yesmin য়ে AIIMS Guwahati-ত Nursing Officer হিচাপে নিযুক্তি লাভ ক...
08/02/2026

দৰং জিলাৰ অন্তর্গত কৌপাটী গাৱৰ ছামচুল হকৰ কন্যা Rojina Yesmin য়ে AIIMS Guwahati-ত Nursing Officer হিচাপে নিযুক্তি লাভ কৰি তাই নিজৰ গাঁও, অঞ্চল আৰু জিলাৰ নাম উজ্জ্বল কৰিছে।

তেওঁৰ নিষ্ঠা, পৰিশ্ৰম আৰু মানৱ সেৱাৰ মনোভাৱ আমাৰ সকলোৰে বাবে প্ৰেৰণা।

সমাজৰ গৌৰৱ বৃদ্ধি কৰা এই সাফল্যৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আপোনাৰ আগন্তুক দিনবোৰ আৰু অধিক সফলতাৰে ভৰি পৰক — এই কামনা থাকিল।

— Dalgaon Youth Sports Association-DYSA

14/08/2025

🏏 Dalgaon Premier League – Season 4 🏏

যদি কোনোবা ব্যক্তিয়ে দল ক্রয় কৰিব বিচাৰে, তেনেহলে অতি সোনকালেই নিম্নলিখিত নম্বৰত যোগাযোগ কৰক—

📞 যোগাযোগ নম্বৰ
📌 7002377220 (ৰাজু)
📌 8638886730 (আজগৰ)

সকলোৱে সহায় সহযোগিতা কৰিব |
14/08/2025

সকলোৱে সহায় সহযোগিতা কৰিব |

সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ |Dalgaon Premier League Dalgaon Youth Sports Association-DYS...
04/08/2025

সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ |

Dalgaon Premier League Dalgaon Youth Sports Association-DYSA

দৰং জিলাৰ দলগাৱৰ গৌৰৱ  #দেবাংশু  #ঘোষ এই বেলি অনুষ্ঠিত হবলগীয়া ACA Men's T20 Challenger Trophy, 2025  ক্ৰিকেট মেচত খেলি...
02/08/2025

দৰং জিলাৰ দলগাৱৰ গৌৰৱ #দেবাংশু #ঘোষ এই বেলি অনুষ্ঠিত হবলগীয়া ACA Men's T20 Challenger Trophy, 2025 ক্ৰিকেট মেচত খেলিবলৈ সুযোগ পোৱাত আমি দলগাঁও যুৱ ক্রীড়া সন্থাৰ তৰফৰ পৰা তেখেত লৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ |

তেখেত এনেদৰেই আগবাঢ়ি গৈ আৰু সফলতা অর্জন কৰক তাৰে কামনা কৰিলোঁ |

তেখেত ৰাজ্যৰ লগতে আমাৰ অঞ্চলৰ উঠি অহা নতুন প্রজন্মৰ ক্রিকেটাৰ সকলৰ বাবে হৈ ৰওক অনুপ্ৰেৰণ উৎস |

সদৌ শেষত তেখেতৰ এই সফলতাৰ সন্ধিক্ষণত তেখেতক আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণা আৰু সাহস দিয়া পিতৃ মাতৃৰ লগতে বিশেষ ভাৱে সাহস দিয়া ব্যক্তি জন হৈছে দলগাঁও ক্ৰীড়া সন্থাৰ সভাপতি, দ্লগাঁও প্ৰেছ ক্লাৱৰ সভাপতি, প্রতিদিন টাইমৰ জেষ্ঠ সাংবাদিক শ্রীযুত প্রদীপ ঘোষ ডাঙৰীয়াকো এই চেগতে আমাৰ যুৱ ক্রীড়া সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ | Pradip Ghosh
Dalgaon Youth Sports Association-DYSA
Dalgaon Premier League

29/03/2025

Address

VILL-DALGAON TOWN
Darrang
784116

Website

Alerts

Be the first to know and let us send you an email when Dalgaon Youth Sports Association-DYSA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category