Boko Bolbom Samiti

Boko Bolbom Samiti বকো আঞ্চলিক বোলবম মহোৎসৱ সমিতি
বকোঃকামৰূপ(অসম)

চতুৰ্থ বোলবম যাত্ৰাৰ অমৃত ভোগ ভাণ্ডাৰাৰ কিছু দৃশ্য 🕉️🙏
05/08/2025

চতুৰ্থ বোলবম যাত্ৰাৰ অমৃত ভোগ ভাণ্ডাৰাৰ কিছু দৃশ্য 🕉️🙏

২৮ সংখ্যক বকো আঞ্চলিক বোলবম মহোৎসৱৰ প্ৰথম বোলবম যাত্রাৰ ১৩/৭/২০২৫ ৰ  কিছু দৃশ্য | উক্ত দিনা দিনৰ ভাগত বকো বজাৰত অমৃত ভোগ...
14/07/2025

২৮ সংখ্যক বকো আঞ্চলিক বোলবম মহোৎসৱৰ প্ৰথম বোলবম যাত্রাৰ ১৩/৭/২০২৫ ৰ কিছু দৃশ্য | উক্ত দিনা দিনৰ ভাগত বকো বজাৰত অমৃত ভোগ ভান্ডাৰাৰ আয়োজন কৰা হয়। উক্ত ভান্ডাৰৰ আৰম্ভনিতে বন্তি পজ্বলন কৰে দক্ষিন-কামৰুপ জিলা বি.জে.পি ৰ সম্পাদক শ্ৰীযুত মৃন্ময় বড়ো ডাঙৰীয়াই লগতে ভোগ ভাণ্ডাৰাৰ উদ্বোধন কৰে বকো বি.জে.পি মণ্ডলৰ সভাপতি শ্ৰীযুত হিৰণ্য কুমাৰ নাথ ডাঙৰীয়াই লগতে বকো বজাৰ সমিতিৰ সভাপতি/সম্পাদক ৰ লগতে বোলবম সমিতিৰ প্ৰাক্তন আৰু নতুন বিষয়ববীয়া সকলে সহযোগ কৰে। আৰু উক্ত ভোগ ভাণ্ডাৰাত ভক্ত সকলৰ বাবে পুৰি,পায়স,সবজী,বুন্দিয়া আৰু খোৱা পানী,সৰৱত বিতৰণ কৰা হয়।আৰু সন্ধিয়া ৭ বজাত বোলবম যাত্ৰাৰ শুভাৰম্ভ কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ দুধনৈৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা ডাঙৰীয়া আৰু বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্রীযুত মুন্না পাচনী ডাঙৰীয়াই। ইয়াৰ পিছত মন্দিৰ প্ৰাংগনত সিদ্ধভোগ(খিচাৰী, সবজী) বিতৰণ কৰা হয়। আৰু শেষত বোলবম যাত্ৰাৰ বাবে গমন কৰা হয়। আৰু উক্ত সমূহ কাৰ্য্যসূচীত সহায়-সহযোগ কৰে বকো আঞ্চলিক বোলবম মহোৎসৱ উদযাপন সমিতিৰ প্ৰাক্তন, নতুন বিষয়ববীয়া আৰু বাবা বুঢ়াগোহাঁই মন্দিৰৰ সন্মানীয় বিষয়ববীয়া তথা ধৰ্মপ্ৰাণ ৰাইজে।

আজি ২৮ সংখ্যক বোলবম মহোৎসৱৰ শুভাৰম্ভনি কৰা হয়। লগতে মাঙ্গলিক ভাৱে পূজা অৰ্চনা কৰা হয়,উক্ত অনুস্হানটিত বকো বজাৰৰ সদাশয় ব্...
10/07/2025

আজি ২৮ সংখ্যক বোলবম মহোৎসৱৰ শুভাৰম্ভনি কৰা হয়। লগতে মাঙ্গলিক ভাৱে পূজা অৰ্চনা কৰা হয়,উক্ত অনুস্হানটিত বকো বজাৰৰ সদাশয় ব্যক্তি তথা বোলবম সমিতিৰ প্ৰাক্তন আৰু নতুন সমিতিৰ বিষয়ববীয়া সকল উপস্হিত থাকে | আৰু লগতে অহা ১৩ জুলাইৰ পৰা অনুস্হিত হব লগা বোলবম যাত্ৰাৰ সমূহ কাৰ্য্যসূচীত সমূহ ধৰ্মপ্ৰান তথা ভক্তপ্ৰান ৰাইজৰ উপস্হিতি আৰু সহায়-সহোযোগিতা উদযাপন সমিতিৰ ফালৰ পৰা আন্তৰিকতাৰে কামনা কৰা হল|🙏🙏🙏🙏🙏

19/06/2025
২০২৫ ৰ বকো আঞ্চলিক বোলবম মহোৎসৱৰ সমূহ কাৰ্যসূচী📍📍
10/06/2025

২০২৫ ৰ বকো আঞ্চলিক বোলবম মহোৎসৱৰ সমূহ কাৰ্যসূচী📍📍

২০২৫ ৰ বকো আঞ্চলিক বোলবম মহোৎসৱ।
07/06/2025

২০২৫ ৰ বকো আঞ্চলিক বোলবম মহোৎসৱ।

Address

Boko

Alerts

Be the first to know and let us send you an email when Boko Bolbom Samiti posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category