ক্ৰীড়া সংবাদ Sport News

ক্ৰীড়া সংবাদ Sport News খেল জগতৰ প্ৰতিটো গুৰুত্বপূৰ্ণ Update পাবলৈ Page খন Follow কৰিব

📍আজি বিয়লি ৩:৩০ বজাত এম.এ চিদাম্বৰম ষ্টেডিয়ামত ঘৰুৱা দল চেন্নাই চুপাৰ কিংছ মুখামুখি হ'ব লক্ষ্ণৌ ছুপাৰজায়েন্টছ
10/05/2026

📍আজি বিয়লি ৩:৩০ বজাত এম.এ চিদাম্বৰম ষ্টেডিয়ামত ঘৰুৱা দল চেন্নাই চুপাৰ কিংছ মুখামুখি হ'ব লক্ষ্ণৌ ছুপাৰজায়েন্টছ

01/05/2026

Riyan Parag
50(32)
Vs Delhi Capitals

📍IPL Match UpdateToday at 7:30 PM,Gujarat Titans will face Royal Challengers Bengaluru at Narendra Modi Stadium in Ahmed...
30/04/2026

📍IPL Match Update
Today at 7:30 PM,Gujarat Titans will face Royal Challengers Bengaluru at Narendra Modi Stadium in Ahmedabad.

৩৬ টা বলত ১০৩ ৰাণৰ বৈভৱ সূৰ্যবংশীৰ চমৎকাৰী ইনিংছটো উপভোগ কৰিলে নে ?
25/04/2026

৩৬ টা বলত ১০৩ ৰাণৰ বৈভৱ সূৰ্যবংশীৰ চমৎকাৰী ইনিংছটো উপভোগ কৰিলে নে ?

Happy Birthday Master Blaster 🎂🎂🎂🎂Sachin Tendulkar
24/04/2026

Happy Birthday Master Blaster 🎂🎂🎂🎂
Sachin Tendulkar

"১০৪ ৰাণতেই স্তব্ধ মুম্বাইঃসঞ্জুৰ দৰ্শনীয় শতকেৰে চুপাৰ কিংছৰ বিজয়"ক্ৰীড়া সংবাদ Sport News কালি মুম্বাইৰ ৱাংখেড়ে ষ্টেড...
24/04/2026

"১০৪ ৰাণতেই স্তব্ধ মুম্বাইঃসঞ্জুৰ দৰ্শনীয় শতকেৰে চুপাৰ কিংছৰ বিজয়"

ক্ৰীড়া সংবাদ Sport News
কালি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এখন খেলত ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছক ১০৩ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিলে ৰিতুৰাজ গাইকোৱাড নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছে । মুম্বাই ইণ্ডিয়ানছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে বেটিং কৰিবলৈ অহা চেন্নাই চুপাৰ কিংছৰ বেটাৰসকলে বৰ বেছি উন্নত খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাছিল যদিও দলটোৰ উইকেট ৰক্ষক,বেটছমেন সঞ্জু ছেমচনৰ ৫৪ টা বলত ১০১ ৰাণৰ দৰ্শনীয় শতকেৰে চেন্নাই চুপাৰ কিংছ দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ২০৭ ৰাণ সংগ্ৰহ কৰে । সঞ্জুৰ দৰ্শনীয় ১০১ ৰাণৰ ইনিংছটোত আছিল ৬ টা ৬ আৰু ১০ টা ৪ ।
চেন্নাই চুপাৰ কিংছে নিৰ্ধাৰণ কৰি দিয়া ২০৮ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ক্ৰিজত নমা মুম্বাই ইণ্ডিয়ানছৰ দলটোৰ হৈ তিলক বৰ্মাই ২৯ টা বলত সৰ্বাধিক ৩৭ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে সূৰ্যকুমাৰ যাদৱে সংগ্ৰহ কৰে ৩০ টা বলত ৩৬ ৰাণ । ইয়াৰ বাহিৰে চুপাৰ কিংছৰ বলিং আক্ৰমণৰ সন্মুখত মুম্বাই ইণ্ডিয়ানছৰ কোনো এজন বেটাৰেই ব্যক্তিগত ১০ ৰাণৰ ওপৰত সংগ্ৰহ কৰিব নোৱাৰিলে । ১৯ অভাৰত মুম্বাই দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিলে সৰ্বমুঠ ১০৪ ৰাণ ।

📍IPL Match Update:-আজি সন্ধ্যা ৭:৩০ বজাত ৱাংখেড়ে ষ্টেডিয়ামত ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছৰ মুখামুখী হ'ব চেন্নাই চুপাৰ কি...
23/04/2026

📍IPL Match Update:-
আজি সন্ধ্যা ৭:৩০ বজাত ৱাংখেড়ে ষ্টেডিয়ামত ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছৰ মুখামুখী হ'ব চেন্নাই চুপাৰ কিংছ

📍IPL Match Update:-আজি একানা ষ্টেডিয়ামত  সন্ধ্যা ৭ঃ৩০ বজাত ঘৰুৱা‌ দল লক্ষ্ণৌ ছুপাৰজায়েন্টছ মুখামুখী হ'ব ৰিয়ান পৰাগ নে...
22/04/2026

📍IPL Match Update:-
আজি একানা ষ্টেডিয়ামত সন্ধ্যা ৭ঃ৩০ বজাত ঘৰুৱা‌ দল লক্ষ্ণৌ ছুপাৰজায়েন্টছ মুখামুখী হ'ব ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছৰ

📍সলনি হ'ব পাৰে ভাৰতীয় টী-টুৱেন্টি দলৰ অধিনায়ক । সূৰ্যকুমাৰৰ ঠাইত অধিনায়ক হিচাপে দায়িত্ব লাভ কৰিব পাৰে শ্ৰেয়াস আয়াৰ...
21/04/2026

📍সলনি হ'ব পাৰে ভাৰতীয় টী-টুৱেন্টি দলৰ অধিনায়ক । সূৰ্যকুমাৰৰ ঠাইত অধিনায়ক হিচাপে দায়িত্ব লাভ কৰিব পাৰে শ্ৰেয়াস আয়াৰে । অৱশ্যে বৰ্তমানলৈকে official কোনো ঘোষণা অহা নাই ।

সম্প্ৰতি চলি থকা Indian Premier League ত ফৰ্মহীনতাৰ মুখামুখি হৈছে সূৰ্যকুমাৰ যাদৱ । বিপৰীতে পাঞ্জাৱ কিংছৰ হৈ বেটিং পৰাক্ৰম অব্যাহত ৰাখিছে শ্ৰেয়াস আয়াৰে ।

20/04/2026

মুম্বাই ইণ্ডিয়ানছৰ হাতত পৰাস্ত গুজৰাট টাইটানছ
মুম্বাই ইণ্ডিয়ানছে বান্ধি দিয়া ২০০ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ১৫.৫ অভাৰত ১০০ ৰাণ সংগ্ৰহ কৰি অল আউট গুজৰাট

Address

NH61
Amguri

Website

Alerts

Be the first to know and let us send you an email when ক্ৰীড়া সংবাদ Sport News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category