শিশু বন্ধু

শিশু বন্ধু Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from শিশু বন্ধু, Event, Mangaldai, Mangaldai.

14/11/2024

সকলোকে শিশু দিবস ৰ শুভেচ্ছা জনালো। সকলো শিশুই সুখ শান্তি ৰে থাকক তাকে ভগৱানৰ ওচৰত কামনা কৰিলো। শিশু সকলে এখন সুন্দৰ পৃথিবী পাওক সেয়া আজিৰ দিনটোত সকলোৱে সংকল্প কৰো আহক।

লখিমী জন্যীয়ে আজি দিনটোতে আমাৰ কোলালৈ আহুি আমাৰ জীৱনৰ পূৰ্ণতা আনিছিল  ।ভগৱানক  ধন্যবাদ । আপোনালোকৰ মৰম আৰু আৰ্শিবাদ সদা...
28/08/2024

লখিমী জন্যীয়ে আজি দিনটোতে আমাৰ
কোলালৈ আহুি আমাৰ জীৱনৰ পূৰ্ণতা আনিছিল ।ভগৱানক ধন্যবাদ । আপোনালোকৰ মৰম আৰু আৰ্শিবাদ সদায় থাকক তাকে কামনা কৰিলো।

শিশুবন্ধু ৰ উদ্যোগ মংগলদৈ ত অনুষ্ঠিত হৈ যায় Parenting Workshop 23/08/2024
24/08/2024

শিশুবন্ধু ৰ উদ্যোগ মংগলদৈ ত অনুষ্ঠিত হৈ যায় Parenting Workshop 23/08/2024

20/08/2024

নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোকক জনাবলৈ পায় সুখী হৈছো যে অহা ২৩/০৮/২০২৪ তাৰিখে শিশু বন্ধু ৰ সহযোগিতা তাত Mind Game 24 ৰ উদ্যোগ ত এখনি আধ্যাত্মিক অভিভাবক কৰ্মশালা(Spiritual Parenting Workshop) অনুষ্ঠিত কৰা হৈছে। আগ্রহী সকলে যোগাযোগ কৰিব পাৰে। (আসন সীমিত) 8638296798 কৰ্মশালা(Spiritual Parenting Workshop) অনুষ্ঠিত কৰা হৈছে। আগ্রহী সকলে যোগাযোগ কৰিব পাৰে। (আসন সীমিত) 8638296798

Address

Mangaldai
Mangaldai

Telephone

+918638296798

Website

Alerts

Be the first to know and let us send you an email when শিশু বন্ধু posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to শিশু বন্ধু:

Share

Category