14/04/2025
দলগাঁও কেন্দ্রীয় ৰঙালী বিহুৰ উদ্যোগত অহা ০২ ব'হাগ ( ১৫ এপ্রিল, ২০২৫) তাৰিখে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মূল দুৱাৰৰ পৰা দলগাঁও টাউন খেল পথাৰলৈকে এখনি হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। সেয়েহে অংশগ্রহণৰ বাবে ইচ্ছুক ব্যক্তিক অতি শীঘ্রেই পোষ্টাৰ খনত উল্লেখিত নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হল ।