75th Nuakhai Festival 2024 Daimond Jubilee, Baghmari TE

75th Nuakhai Festival 2024 Daimond Jubilee, Baghmari TE প্ৰণাম

14/09/2024

১৫ ছেপ্তেম্বৰ ২০২৪
সকলোলৈ নিমন্ত্ৰণ জনালোঁ।

13/09/2024

সকলোকে নিমন্ত্ৰণ জনালোঁ
১৫ ছেপ্তেম্বৰ ২০২৪

বাঘমাৰী উড়িয়া সমাজ
09/09/2024

বাঘমাৰী উড়িয়া সমাজ

নোৱাখাই পৰ্ব্ব প্ৰথম দিনাৰ কাৰ্য্যসূচীবৃক্ষোৰ ৰোপণ (কোৰৈই পত্ৰ)
08/09/2024

নোৱাখাই পৰ্ব্ব প্ৰথম দিনাৰ কাৰ্য্যসূচী
বৃক্ষোৰ ৰোপণ (কোৰৈই পত্ৰ)

আজি  “নোৱাখাই” ভেটঘাট পৰ্ব্ব সেয়েহে সমুহ অসমবাসী ৰাইজলৈ উড়িয়া জনগোষ্ঠীয় লোকৰ হিয়াৰ আমঠুস্বৰুপ “নোৱাখা”' উৎসৱৰ প্ৰীতিভৰা ...
08/09/2024

আজি “নোৱাখাই” ভেটঘাট পৰ্ব্ব
সেয়েহে সমুহ অসমবাসী ৰাইজলৈ উড়িয়া জনগোষ্ঠীয় লোকৰ হিয়াৰ আমঠুস্বৰুপ “নোৱাখা”' উৎসৱৰ প্ৰীতিভৰা শুভেচ্ছা আৰু জোহাৰ জনাইছোঁ‌ ।
লগতে সকলোৰে মংগলৰ বাবে মা স্বমলেশ্বৰীৰ ওচৰত প্ৰাৰ্থনা জনাইছো।

নোৱাখাই জোহাৰ
08/09/2024

নোৱাখাই জোহাৰ

নোৱা-খাই উৎসৱ সাংস্কৃতিক সন্ধ্যাৰ মুখ্য কন্ঠ শিল্পী উড়িষ্যাৰ জনপ্ৰিয় Shasanka Sekhar SahooKhemanand Tanti Amit Kandh Abh...
07/09/2024

নোৱা-খাই উৎসৱ সাংস্কৃতিক সন্ধ্যাৰ মুখ্য কন্ঠ শিল্পী উড়িষ্যাৰ জনপ্ৰিয় Shasanka Sekhar Sahoo

Khemanand Tanti
Amit Kandh
Abhoy Tanty

হীৰক জয়ন্তী বৰ্ষ ৭৫ তম্ নোৱা-খাই পৰ্ব্ব সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ উড়িষ্যাৰ জনপ্ৰিয় গায়কীয়া Diptireka PadhiAmit Ka...
06/09/2024

হীৰক জয়ন্তী বৰ্ষ
৭৫ তম্ নোৱা-খাই পৰ্ব্ব সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ উড়িষ্যাৰ জনপ্ৰিয় গায়কীয়া Diptireka Padhi
Amit Kandh
Khemanand Tanti
Drona Kanta Tanti
Abhoy Tanty
Khagen Nag
Hridayananda Tanti

হীৰক জয়ন্তী বৰ্ষ ২০২৪বিশ্বনাথৰ বাঘমাৰী চাহ বাগিছা উড়িয়া সমাজৰ উদ্যোগত ৮,৯,১৪ আৰু ১৫ ছেপ্তেম্বৰ ২০২৪ তাৰিখে ৭৫তম্ নোৱা-খা...
06/09/2024

হীৰক জয়ন্তী বৰ্ষ ২০২৪
বিশ্বনাথৰ বাঘমাৰী চাহ বাগিছা উড়িয়া সমাজৰ উদ্যোগত ৮,৯,১৪ আৰু ১৫ ছেপ্তেম্বৰ ২০২৪ তাৰিখে ৭৫তম্ নোৱা-খাই পৰ্ব্ব উদযাপন লগতে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, মুকলি উড়িয়া নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হব । উক্ত অনুষ্ঠানত উপস্থিত থাকিবলৈ বিহালীৰ সমাজ সেৱক শ্ৰীযুত চুমন শৰ্মা ডাঙৰীয়াক উদযাপন সমিতি তৰফৰ পৰা নিমন্ত্ৰণ জনোৱা হয় ।

হীৰক জয়ন্তী বৰ্ষ ২০২৪বিশ্বনাথৰ বাঘমাৰী চাহ বাগিছা উড়িয়া সমাজৰ উদ্যোগত ৮,৯,১৪ আৰু ১৫ ছেপ্তেম্বৰ ২০২৪ তাৰিখে ৭৫তম্ নোৱা-খা...
06/09/2024

হীৰক জয়ন্তী বৰ্ষ ২০২৪
বিশ্বনাথৰ বাঘমাৰী চাহ বাগিছা উড়িয়া সমাজৰ উদ্যোগত ৮,৯,১৪ আৰু ১৫ ছেপ্তেম্বৰ ২০২৪ তাৰিখে ৭৫তম্ নোৱা-খাই পৰ্ব্ব উদযাপন লগতে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, মুকলি উড়িয়া নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হব । উক্ত অনুষ্ঠানত উপস্থিত থাকিবলৈ বিশ্বনাথ মহাবিদ্যালয় অধক্ষ্য ড° চিন্তামণি শৰ্মা ডাঙৰীয়াক উদযাপন সমিতি তৰফৰ পৰা নিমন্ত্ৰণ জনোৱা হয় ।

হীৰক জয়ন্তী বৰ্ষ ২০২৪বিশ্বনাথৰ বাঘমাৰী চাহ বাগিছা উড়িয়া সমাজৰ উদ্যোগত ৮,৯,১৪ আৰু ১৫ ছেপ্তেম্বৰ ২০২৪ তাৰিখে ৭৫তম্ নোৱা-খা...
06/09/2024

হীৰক জয়ন্তী বৰ্ষ ২০২৪
বিশ্বনাথৰ বাঘমাৰী চাহ বাগিছা উড়িয়া সমাজৰ উদ্যোগত ৮,৯,১৪ আৰু ১৫ ছেপ্তেম্বৰ ২০২৪ তাৰিখে ৭৫তম্ নোৱা-খাই পৰ্ব্ব উদযাপন লগতে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, মুকলি উড়িয়া নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হব । উক্ত অনুষ্ঠানত উপস্থিত থাকিবলৈ সমাজ সেৱক শ্ৰীযুত আশোক ভট্ৰৰায় ডাঙৰীয়াক উদযাপন সমিতি তৰফৰ পৰা নিমন্ত্ৰণ জনোৱা হয় ।

Address

Biswanath Chariali

Website

Alerts

Be the first to know and let us send you an email when 75th Nuakhai Festival 2024 Daimond Jubilee, Baghmari TE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category